কংগ্ৰেছত যোগদান এম জি ভি কে ভানু

0
49

NEWS DESK NE INDIA:  অৱশেষত কংগ্ৰেছত যোগদান দিলে প্ৰাক্তন প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুৱে। সোমবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে তেওঁ। গুৰুত্বপূৰ্ণ যে  প্ৰাক্তন বিষয়া গৰাকীয়ে তেজপুৰৰ পৰা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াৱ বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here